Assam History-1
Hello everyone, we are happy to inform you through Asomiya gyan site, we are happy to inform you that through this site you will be able to read more and more articles about Assam and India related General Knowledge quesation and answer, Mcq and some of Assam's known resources. Many are needed and you will share them with your friends as you need them.
If you need a quesation answer in
Assamese,plz comment ,The question
Answers discussed here are required
For Assam police#Assam Police SI#
Textile#Forest#PNRD#Agriculture#
Irrigation#Excise dept#
আহোম ৰাজ্য 1
A)অসমৰ প্ৰাচীন নাম কি ?
(1) প্ৰাগজ্যোতিষপুৰ
(2) শোণিতপুৰ
(3) যোৰহাট
(4) শিৱসাগৰ
উত্তৰ-প্ৰাগজ্যোতিষপুৰ
(B) কামৰূপ ৰাজ্য পীঠ কেইখন ?
(1) 2
(2)3
(3)4
(4)1
উত্তৰ-4
C) প্ৰাচীন অসমৰ প্ৰথম ৰজা ??
(1)নৰকাসুৰ
(2)মহীৰঙ্গ দানৱ
(3)ৰত্নাসুৰ
(4)হটকাসুৰ
উত্তৰ-মহীৰঙ্গ দানৱ
(D)দানৱ বংশৰ প্ৰতিস্থাপক??
(1)সম্বাৰসুৰ
(2)ঘটকাসুৰ
(3)মহীৰঙ্গ দানৱ
(4)নৰকাসুৰ
উত্তৰ-মহীৰঙ্গ দানৱ
(E)দানৱ বংশৰ শেষৰ ৰজা কোন ??
(A)অসমৰ প্ৰাচীন নাম কি ?
(1) প্ৰাগজ্যোতিষপুৰ
(2) শোণিতপুৰ
(3) যোৰহাট
(4) শিৱসাগৰ
উত্তৰ-প্ৰাগজ্যোতিষপুৰ
(F)নৰকাসুৰ পুত্ৰ কোন ?
(1)ভগদত্ত
(2)ভজৰদত্ত
(3)ঘটুকচ
(4)অনিৰুদ্ধ
উত্তৰ-ভগদত্ত
(G)নৰকাসুৰ পত্নী কোন ?
(1)পাৰ্বতী
(2)ৰুক্মিণী
(3)অম্বিকা
(4)মায়া
উত্তৰ-মায়া
(H)নৰকাসুৰক বধ কোনে কৰিছিল ??
(1)শিৱ
(2)অৰ্জুন
(3)শ্ৰীকৃষ্ণ
(4)ভীম
উত্তৰ-শ্রীকৃষ্ণ
(I)ভগদত্ত পুত্ৰ নাম কি ?
(1)প্ৰহ্লাদ
(2)অৰ্জুন
(3)দুৰ্যোধনৰ
(4)ভজৰদত্ত
উত্তৰ-ভজৰদত্ত
(J)মহাভাৰতৰ যুদ্ধত অংশ লোৱা অসমৰ দুজন বীৰ কোন ?
(1)অৰ্জুন/ভীম
(2)ভীষ্ম/নৰকাসুৰ
(3)ঘটোকচ/ভগদত্ত
(4)দুৰ্যোধন/কৰ্ণ
উত্তৰ-ঘটোকচ/ভগদত্ত
(K)ভগদত্ত বধ কোনে কৰিছিল??
(1)কৃষ্ণ
(2)অৰ্জুন
(3)ভীম
(4)কৰ্ণ
উত্তৰ-অৰ্জুন
(L)ভৈম বংশ প্ৰতিস্থাপক??
(1)ভীম
(2)নৰকাসুৰ
(3)অৰ্জুন
(4)ঘটকাসুৰ
উত্তৰ-নৰকাসুৰ
(M)ৰুক্মিণী কোন ৰাজ্য ৰাজকুমাৰী আছিল??
(1)কুণ্ডিল
(2)দ্বাৰকা
(3)হিডিম্বা
(4)বৃন্দাবন
উত্তৰ-কুণ্ডিল
(N)কুণ্ডিল নগৰ বৰ্তমান কি নামেৰে জনা যায় ??
(1)শদিয়া
(2)শিৱসাগৰ
(3)যোৰহাট
(4)মাজুলী
উত্তৰ-শদিয়া
(O)বান ৰজা জীয়ৰী নাম কি ??
(1)মায়া
(2)ৰুক্মিণী
(3)অম্বিকা
(4)ঊষা
উত্তৰ-ঊষা
(P)শ্রীকৃষ্ণ নাতিনীয়েকৰ নাম কি ??
(1)অনিৰুদ্ধ
(2)প্ৰহ্লাদ
(3)কামদেৱ
(4)গণেশ
উত্তৰ-অনিৰুদ্ধ
(Q)বৰ্তমান তেজপুৰ পুৰণি নাম কি ??
(1)শিৱসাগৰ
(2)যোৰহাট
(3)শোণিতপুৰ
(4)নগাওঁ
উত্তৰ-শোণিতপুৰ
(R)ভীষ্ম কন্যা নাম কি ??
(1)লক্ষ্মী
(2)সীতা
(3)ৰুক্মিণী
(4)পাৰ্বতী
উত্তৰ-ৰুক্মিণী
(S)নৰকাসুৰে কাক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হয় ??
(1)হটকাসুৰ
(2)ঘটকাসুৰ
(3)ভীম
(4)অৰ্জুন
উত্তৰ-ঘটকাসুৰ

No comments:
Post a Comment