নমস্কাৰ ,অসমীয়াজ্ঞান site ৰ জৰিয়তে সকলোকে স্বর্গতম জনাইছোঁ,আমি জনাব পাই সুখী হৈছোঁ যে এই site ৰ জৰিয়তে প্ৰতি দিনে অসম আৰু ইণ্ডিয়া related General Knowledge quesation and answer, Mcq আৰু অসমৰ কিছুমান জানিবলগীয়া সম্পদৰ বিষয়ে article আগবঢ়াও যিবোৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হব বিচৰা candidateৰ বাবে বহু প্ৰয়োজনীয় আৰু আপোনালোকে এইবোৰ প্ৰয়োজনীয় বুলি ভাবে নিজৰ নিজৰ বন্ধু বান্ধৱীক share কৰিব,যদি আপোনালোকক quesation answerবোৰ অসমীয়াত লাগে comment কৰি জনাব,লগতে এইবোৰ quesation answer ASSAM POLICE/PNRD/SOIL/IRRIGATION/EXCISE DEP/HANDLOM /TEXTILE ..অসমীয়া জ্ঞান site ৰ দ্বাৰা অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত quesation discuss কৰা হব
আমি ওপৰত দিিয়া ধৰণৰ 25তা quesation আৰম্ভ কৰিছোঁ আৰু দুদিন মানৰ পিছত pdf দিয়া ব্যৱস্হা কৰিম লগতে সকলো quesation গুৰুত্বপূৰ্ণ
আৰু তলত আমাৰ youtube লিংক দিয়া আছে যত আহোম ৰাজ্য বিষয়ে গুৰুত্বপূৰ্ণ Quesation answer আলোচনা কৰা হৈছে --
আহোম ৰাজ্য-২
A)কামৰূপৰ প্ৰথম শাসক কোন আছিল??
(1)মহীৰঙ্গ দানৱ
(2)পুষ্য বৰ্মন
(3)নৰকাসুৰ
(4)চুকাফা
উত্তৰ-পুষ্য বৰ্মন
(B)বৰ্মন বংশৰ প্ৰতিস্থাপক কোন আছিল?
(1)নৰনাৰায়ণ
(2)চুকাফা
(3)বীৰপাল
(4)পুষ্য বৰ্মন
উত্তৰ-পুষ্য বৰ্মন
(C) 'অশ্বমেধ যজ্ঞ' কোনজন ৰজাই প্ৰথম কৰিছিল??
(1)সমুদ্ৰ বৰ্মন
(2)পুষ্য বৰ্মন
(3)বল বৰ্মন
(4)মহেন্দ্ৰ বৰ্মন
উত্তৰ-মহেন্দ্ৰ বৰ্মন
(D)সমুদ্ৰ গুপ্ত লগত সমসাময়িক ৰজাজনৰ নাম কি আছিল??
(1)পুষ্য বৰ্মন
(2)ভাস্কৰ বৰ্মন
(3)বল বৰ্মন
(4)মহেন্দ্ৰ বৰ্মন
উত্তৰ-পুষ্য বৰ্মন
(E)মহাৰাজাধীৰাজ উপাধি কোনজন ৰজাই লৈছিল?
(1)পুষ্য বৰ্মন
(2)মহেন্দ্ৰ বৰ্মন
(3)সমুদ্ৰ গুপ্ত
(4)চুকাফা
উত্তৰ-পুষ্য বৰ্মন
(F)ভাৰতৰ Napoleon বুলি কাক কোৱা হয়??
(1)সমুদ্ৰ গুপ্ত
(2)নৰনাৰায়ণ
(3)চুহুংমুং
(4)বল বৰ্মন
উত্তৰ-সমুদ্ৰ গুপ্ত
(G)পুষ্য বৰ্মন কোন শতিকা ৰজা আছিল ?
(1)2 শতিকা
(2)4 শতিকা
(3)3 শতিকা
(4)1 শতিকা
উত্তৰ-4শতিকা
(H)পুষ্য বৰ্মনৰ পুত্ৰ নাম কি আছিল ??
(1)সমুদ্ৰ বৰ্মন
(2)মহেন্দ্ৰ বৰ্মন
(3)ভাস্কৰ বৰ্মন
(4)নৰনাৰায়ণ
উত্তৰ-সমুদ্ৰ বৰ্মন
(I)এলাহাবাদ শিলালিপি কাৰ কথা উল্লেখ আছে ??
(1)সমুদ্ৰ বৰ্মন
(2)পুষ্য বৰ্মন
(3)সমুদ্ৰ গুপ্ত
(4)ভাস্কৰ বৰ্মন
উত্তৰ-পুষ্য বৰ্মন
(J)কোনজন ৰজাৰ দিনত Nidhanpur Grant বিষয়ে উল্লেখ আছিল?
(1)ভাস্কৰ বৰ্মন
(2)সমুদ্ৰ বৰ্মন
(3)পুষ্য বৰ্মন
(4)মহেন্দ্ৰ বৰ্মন
উত্তৰ-পুষ্য বৰ্মন
(K)ঘোঁৰা বোৰ বলী দিয়া কাৰণ কি ?
(1)ৰাজনৈতিক কাৰণ
(2)ৰাজ্যিক কাৰণ
(3)অৰ্থনৈতিক কাৰণ
(4)ব্যক্তিগত কাৰণ
উত্তৰ-ৰাজনৈতিক কাৰণ
(L)চীনা পৰিব্ৰাজক হিউ-এন -চাং কাৰদিনত অসমলৈ আহিছিল?
(1)ভাস্কৰ বৰ্মন
(2)মহেন্দ্ৰ বৰ্মন
(3)চুকাফা
(4)নৰনাৰায়ণ
উত্তৰ-ভাস্কৰ বৰ্মন
(M)ভাস্কৰ বৰ্মন কোনজন ৰজাৰ সৈতে সমসাময়িক আছিল ?
(1)সমুদ্ৰ গুপ্ত
(2)হৰ্ষবৰ্ধন
(3)বনৰজা
(4)চুহুংমুং
উত্তৰ-হৰ্ষবৰ্ধন
(N)হিউ এন চাং কামৰূপৰ বিষয়ে লিখা কিতাপ খন কি?
(1)চি-ইউ-কি
(2)হৰ্ষ চৰিত্ৰ
(3)মহাভাৰত
(4)ভাগৱত
উত্তৰ-চি-ইউ-কি
(O)কোনজন ৰজা দিনত Doobi and Nidhanpur grant কথা উল্লেখ আছিল ??
(1)মহেন্দ্ৰ বৰ্মন
(2)বল বৰ্মন
(3)নৰনাৰায়ণ
(4)ভাস্কৰ বৰ্মন
উত্তৰ-ভাস্কৰ বৰ্মন
(P)ভাস্কৰাব্দ কোন জন ৰজাই প্ৰচলন কৰিছিল???
(1)চুকাফা
(2)চুহুংমুং
(3)ভাস্কৰ বৰ্মন
(4)চুখামফা
উত্তৰ-ভাস্কৰ বৰ্মন
(Q)কুমাৰ বুলি কোন জন ৰজাক কোৱা হয়??
(1)শিৱ সিংহ
(2)চুলিকফা
(3)ভাস্কৰ বৰ্মন
(4)চক্ৰধ্বজ সিংহ
উত্তৰ-ভাস্কৰ বৰ্মন
(R)ভাস্কৰ বৰ্মন আৰু হৰ্ষবধন বিষয়ে কোনখন কিতাপত লিখা আছে ??
(1)হৰ্ষচৰিত্ৰ
(2)মহাভাৰত
(3)ভাগৱত
(4)গুণমালা
উত্তৰ-হৰ্ষ চৰিত
(S)ভাস্কৰ বৰ্মনে হৰ্ষবধনলৈ ৰাষ্ট্ৰদূত কাক পঠাইছিল??
(1)হংসভেগ
(2)চাণক্য
(3)ভগদত্ত
(4) চন্দ্ৰগুপ্ত
উত্তৰ-হংসভেগ
(T)ত্ৰিপুৰা ৰাজকাৰেং কোন বংশৰ লগত জড়িত ??
(1)বৰ্মন বংশ
(2)সেন বংশ
(3)দানৱ বংশ
(4) পাল বংশ
উত্তৰ-বৰ্মন বংশ
(U)শ্ৰীমৃগাংক বুলি কোনজন ৰজাক কোৱা হয়??
(1)সুস্থিত বৰ্মন
(2)ভূতি বৰ্মন
(3)মহেন্দ্ৰ বৰ্মন
(4)স্থিত বৰ্মন
উত্তৰ-সুস্থিত বৰ্মন
(V)কনুজ" হোৱা এখন সভাত ভাস্কৰ বৰ্মনে কাক পূজা
কৰিছিল??
(1)ৰাম
(2)শিৱ
(3)ব্ৰক্ষ্মা
(4)কৃষ্ণ
উত্তৰ-ব্ৰহ্মা
(X)ভাস্কৰ বৰ্মনে কোন জন ভগৱানক পূজা কৰিছিল ???
(1)শ্ৰীকৃষ্ণ
(2)গণেশ
(3)শিৱ
(4)হনুমান
উত্তৰ-শিৱ
অসম বিধানসভাৰ নতুন মন্ত্ৰীসভাৰ তালিকা
------------------------------------
বিধান সভাৰ অধ্যক্ষঃ-
ৰঞ্জিত দত্ত
বিধান সভাৰ উপাধ্যক্ষ-
প্ৰশান্ত ফুকন
১/হিমন্ত বিশ্ব শৰ্মা -মুখ্যমন্ত্ৰী
(গৃহ, বিত্ত, সাধাৰণ প্ৰশাসন, ৰাজনৈতিক
২/ অতুল বৰা (কনিষ্ঠ) কেবিনেট মন্ত্ৰী
(কৃষি,পশুপালন)
৩/ কেশৱ মহন্ত- স্বাস্থ্য ,পৰিয়াল, তত্ত্ব,বিজ্ঞান
৪/ ইউ জি ব্ৰহ্ম - হস্ত-তাত,বস্ত্ৰ শিল্প)
৫/ নোমল মমিন-কেবিনেট
(খনি আৰু পাৰ্বত্য )
৬ / ৰণোজ পেগু - কেবিনেট মন্ত্ৰী
(পঞ্চায়ত ও গ্ৰামোন্নয়ন, )
৭/ পদ্ম হাজৰিকা কেবিনেট মন্ত্ৰী
(বন মন্ত্ৰী )
৮/ পৰিমল শুক্লবদ্য -কেবিনেট মন্ত্ৰী
( আৱকাৰী , মীন বিভাগ,বন বিভাগ)
৯/ পিয়ূষ হাজৰিকা- কেবিনেট
( জলসম্পদ, সংসদীয় পৰিক্ৰমা)
১০/ চন্দ্ৰ মোহন পাটোৱাৰী -কেবিনেট মন্ত্ৰী
( পৰিবহন,উদ্যোগ)
১১/ ৰঞ্জিত কুমাৰ দাস - কেবিনেট মন্ত্ৰী
পঞ্চায়ত ,গ্ৰাম্য উন্নয়ন বিভাগ)
১২/ সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য- কেবিনেট
( আইন)
১৩/ অজন্তা নেওগ - বিত্ত সমাজ আৰু সমাজ কল্যান
১৪/ জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক মন্ত্ৰী
(বিত্ত ৰাজ্যিক, সাংস্কৃতিক ও পৰ্যটক(স্বতন্ত্ৰ)
১৫/ টেৰচ গোৱালা-
ৰাজ্যিক মন্ত্ৰী
( শ্ৰম ও চাহ জনজাতি উন্নয়ন বিভাগ)
১৬/ বলিন চেতিয়া-
ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
(জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী স্বতন্ত্ৰ, কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী)
১৭/ যোগেন মোহন - ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
(ৰাজহ স্বতন্ত্ৰ , গড় কাপ্তানি ৰাজ্যিক মন্ত্ৰী)
18/বিমল বৰা-পৰ্যটন আৰু ক্ৰিয়া শক্তি
No comments:
Post a Comment